Monore Podulit Lyrics - Dipu Darshan Sharma | Sonku Sharma | New Assamese Video Song 2021

Monore Podulit (মনৰে পদুলিত) Lyrics: Monore Podulit a new 2021 Assamese romantic love story song sung by Dipu Darshan Sharma and the lyrics and tune of the song are given by himself Dipu Darshan Sharma and Riyan. This beautiful song is mix and master by Diganta Bordoloi. Here in this post, we presented the lyrics of the song "Monore Podulit" in Assamese and English pronunciation.

Official video


Monore Podulit Lyrics in Assamese

আবেলি গধূলি মনৰে পদুলিত
তোমাৰে কথায়ে কৰিছে আমনি
অ' নিশাৰে জোনাকি জ্বলিব জিলিকি
থাকিব আকাশত অৰে জীৱন জুৰি
ৰাতি সপোনতে তুমি আহিছিল 
তোমাৰ মিঠা পৰশে 
মোক কৰে বলিয়া।
তোমাৰ মিঠা পৰশে 
মোক কৰে বলিয়া।

অভিমানী নহ'বা 
অ' মৰম আতৰি অ' নাযাবা 
আকোৱালি ৰাখিম অ' মৰম
তুমিয়ে মোৰ বাসনা
দূৰু দূৰু কঁপে 
হিয়া তোমাকে দেখিলে
মৰমে মোৰ বিচাৰে সদায় কাষৰতে
কলিজাখন জহি খহি যায়
তুমি বাৰু বুজিছানে নাই
সঁচা ভালপোৱা বুজোতাও নাই

মনৰ মৰমেৰে হিয়াৰ কোণতে
তোমাকে ৰাখিছো জনম জনমলে
আকাশে বতাহে তোমাৰ কথাই কলে
তুমি মোৰ নহ'লেও সদায় মই তোমাৰে
 সদায় মই তোমাৰে।।

0/Post a Comment/Comments