O Kolija Lyrics - Zubeen Garg & Subasana Dutta | Anjana 2010 Vol-1 | Super Hit Assamese Bihu Song

O Kolija one of the most hit golden Assamese Bihu songs from the album Anjana 2010 Vol-1 sung by Zubeen Garg and Subasana Dutta.  The lyrics, tune, and music of the song are given by Biman Baruah. Here we presented the lyrics of the song "O Kolija".

Watch Video song

Song Credits:
Song: O Kolija
Album: Anjana 2010 Vol-1
Singer: Zubeen Garg & Subasana Dutta
Lyrics/Tune/Music: Biman Baruah
Label: NK Production

O Kolija Lyrics in Assamese

অ' কলিজা ঐ মৰমৰ বুলেৰে
অ' কলিজা ঐ বান্ধিলো তোমাকে 
অ' কলিজা ঐ হিয়াৰে চুকতে
অ' কলিজা ঐ তোমাক ৰাখিছো যতনে। (২)
অ' কলিজা মোৰে কলিজা 
আছা তৰা হৈ মনৰ আকাশতে ঐ। (২)
অ' বহনা ঐ ভাস সাগৰতে
অ' বহনা ঐ উঠে ঢৌ সঘনে
অ' বহনা ঐ চকুৰ আগে আগে
অ' বহনা ঐ দেখো মই তোমাকে। (২)
অ' বহনা মোৰে বহনা
কাষত আহি ৰৈ
কিনো কৈ যোৱা মোকে ঐ। (২)

অ' বহনা ঐ মন উৰু উৰু কৰে
অ' বহনা ঐ কমুৱা তুলাৰ দৰে
অ' বহনা ঐ সঁচা মৰম পালে 
অ' বহনা ঐ জানা একোকে নালাগে। (২(
অ' বহনা মোৰে বহনা
আশাৰে পানচৈ মেলো মন নদীতে ঐ।। (২)

0/Post a Comment/Comments