Junaki (জোনাকী) Lyrics - Mazuli Zonak | New Assamese Song 2021

Junaki (জোনাকী) a new beautiful romantic love song sung by Mazuli Zonak. The lyrics & tune of the song are given by himself Mazuli Zonak and music by Ankur Saikia.

Official video



Song Credits:
Singer: Mazuli Zonak
Lyrics & Tune: Mazuli Zonak
Music: Ankur Saikia 
Aditional Tune: Bharat Saikia
Additional Lyrics: Ramen Danah 
Recorded By: Bandish Audio Lab


Junaki Lyrics in Assamese

ধিমি ধিমি তৰা জ্বলে ঐ জান
ঝিলি মিলি আকাশতে ৰৈ।

ধিমি ধিমি তৰা জ্বলে ঐ জান
ঝিলি মিলি আকাশতে ৰৈ।
ধিপিং ধিপিং কঁপে বুকু ঐ জান
তোমাক পালে দুবাহুতে লৈ
এন্ধাৰতো তোমাক জোনাকো তোমাৰ
লৈ লম বুকুতে মই দিলে জান
খোজত বাজে ঝুণুকাটি 
ঝুণুক ঝাণাক
অ খোজত লৰে দেহাৰে ৰূপ
ধুনুক ধানাক
অ খোজত বাজে ঝুণুকাটি 
ঝুণুক ঝাণাক
অ খোজত লৰে দেহাৰে ৰূপ
ধুনুক ধানাক।

মনিপুৰ মিজোৰাম মেনকা 
তোমাৰে নাম
মৰিলেও লগতে যাম
অ বুকুৰ খোৰঙত তোমাকে
ৰাখিছো জান
কোনে পাব তাৰে উমান
এন্ধাৰতো তোমাক জোনাকো তোমাৰ
লৈ লম বুকুতে মই দিলে জান
খোজত বাজে ঝুণুকাটি 
ঝুণুক ঝাণাক
অ খোজত লৰে দেহাৰে ৰূপ
ধুনুক ধানাক
অ খোজত বাজে ঝুণুকাটি 
ঝুণুক ঝাণাক
অ খোজত লৰে দেহাৰে ৰূপ
ধুনুক ধানাক।

আয়ে কয় বুকুতে সাবতি
তোমাতে মই পগলা
উশাহ মোৰ মনৰে কঠালি
তুমিয়ে চোন সোমালা
আবেগৰে ৰং মোৰে হিয়াত
এবাৰ সানি দিয়া না মোৰে জান।
খোজত বাজে ঝুণুকাটি 
ঝুণুক ঝাণাক
অ খোজত লৰে দেহাৰে ৰূপ
ধুনুক ধানাক
অ খোজত বাজে ঝুণুকাটি 
ঝুণুক ঝাণাক
অ খোজত লৰে দেহাৰে ৰূপ
ধুনুক ধানাক।।

0/Post a Comment/Comments