Jonome Jonome Lyrics - Nilav Nita & Joy Nirvan | New Assamese Song 2020

Jonome Jonome (জনমে জনমে) is one of the super hit Assamese songs from 2020 sung by Nilav Nita and Joy Nirvan. The lyrics/tune of the song is given by Chinmoy Kaushik & Joy Nirvan and Music/Mix by Pronoy Dutta. 

Official video


Song Credits:
Song: Jonome Jonome
Singer : Nilav Nita ft Joy Nirvan
Lyrics/Tune: Chinmoy Kaushik & Joy Nirvan
Music/Mix: Pronoy Dutta
Master:Diganta Bordoloi
Backing Vocal: Pranoy dutta

Jonome Jonome Lyrics in Assamese

ৰ' লাগি ৰৈ ৰৈ চাম
তই মানা কৰিলেও
মৰমতে চুমাটি দিম
তই ৰঙা চিঙা পৰিলেও
খঙত হলেও হাঁহি দে
তোলৈ চাই সুখী হম
মই অভিমানী হলেও
অভিমানী নহব কম
জনমে জনমে মৰম দি উমলাম
মই তোৰ অভিমানক
জানিলেও জগতে জানত
তোক লাগে মোক নালাকে আনক
প্ৰতিটো পুৱা আবেলি
তোক লাগে কম ভগৱানক
তোৰ লগতে জীৱন জীয়াই লম
তোৰ লগতে মৰিও চাই হম
সাৰথি হৈ থাকিবি
দুচকুতে সজাই থম।

উকাকৈ কপালত
লিখি লম তোৰে নাম
বহুতৰে মাজতে
মই মাথোঁ তোলৈ চাম
শুদাকৈ হলেও
তোৰ হাতেৰে এমুঠি খাম
লগতে মই জীয়াই লৈ
লগতে মই মৰি যাম
জনমে জনমে মৰম দি উমলাম
মই তোৰ অভিমানক
জানিলেও জগতে জানত
তোক লাগে মোক নালাকে আনক
প্ৰতিটো পুৱা আবেলি
তোক লাগে কম ভগৱানক
তোৰ লগতে জীৱন জীয়াই লম
তোৰ লগতে মৰিও চাই হম
সাৰথি হৈ থাকিবি
দুচকুতে সজাই থম।।

0/Post a Comment/Comments