Hula Bhai Mula Lyrics - Rakesh Reeyan | New Assamese Song 2020

Hula Bhai Mula by Rakesh Reeyan, a new 2020 super hit beautiful romantic Assamese song.  The lyrics/tune of the song "Hula Bhai Mula" written by Luit Neel and Music/Mix/Master by Palash Gogoi.

Official video





Hula Bhai Mula Lyrics

ঐ ভালপালে নহব ন
ঐ মৰম দিব লাগিবই ন
মই কিন্তু অজলা
তোৰে প্ৰেমত পগলা
একোকে নাজানো ক
এ মইনা এনেকৈ নহব ন
বাৰু কেনেকৈ লাগিব ক
এ মৰমৰে টোপোলা
খুলি দিউ এতিয়া
যেনেকৈ লাগিব ল
এ বোলে চকুলা
এ বোলে বুকুখাল
এ বোলে লক্ষণো ভাল
এ বোলে দেখাতো ভাল
এ খুলি কও কথাটি
সচাকৈ মইনাটি
মোৰে তই হবিয়ে ন
হয়নে ক
এ কথাটি ক
হয়নে ক
এ হবিনে ক
এ সচাকে ক
তই ক চোন ক
হয়নে ক

উঠামে তোক মই
ৰাতা-ৰাতি কাটা-কাটি
বগাব পাৰিবিনে তই 
জান ঐ...
কেতিয়াবা বেজাৰত মোৰ
টুপনি নাহিলে জান
তোৰ কাষলৈ মই
গুচি যাম তোৰে কলাতে
গৈ টুপনি যাম
জানো পাওঁ যদি তোক কাষৰত
মই কথা হম
মই নিজানত চুমা দিম তোক দুগালত
মই দুবাহুতে বলাই চাম
এ বোলে চকুলা
এ বোলে বুকুখাল
এ বোলে লক্ষণো ভাল
এ বোলে দেখাতো ভাল
এ খুলি কও কথাটি
সচাকৈ মইনাটি
মোৰে তই হবিয়ে ন
হয়নে ক
এ কথাটি ক
হয়নে ক
এ হবিনে ক
এ সচাকে ক
তই ক চোন ক
হয়নে ক

অৰ্জুন গছৰ, অৰ্জুন গছৰ কুহি পাত
বিনা মেঘে বৰ্জ্ৰপাত
হে চকুলে চাই লাজ লাগে
কৈ তই বাৰুকৈ দিলি এচাট
কলিজাৰে, কলিজাৰে কেচা ঘাত
তোৰে কমল মিঠা মাত
বুলাবলে আহিবিনে তোৰে দুহাত
এ বোলে চকুলা
এ বোলে বুকুখাল
এ বোলে লক্ষণো ভাল
এ বোলে দেখাতো ভাল
এ খুলি কও কথাটি
সচাকৈ মইনাটি
মোৰে তই হবিয়ে ন
হয়নে ক
এ কথাটি ক
হয়নে ক
এ হবিনে ক
এ সচাকে ক
তই ক চোন ক
হয়নে ক ।।



Song Credits:
Song: Hula Bhai Mula 
Singer: Rakesh Reeyan 
Lyrics/Tune: Luit Neel
Music/Mix/Master: Palash Gogoi
Dhol: Lachit Boruah
Flute: Pradip Deka & Anjan Medhi
Recorded @ Zero Db Studio by Udipta Gogoi

0/Post a Comment/Comments