Alokhuwa Lyrics - Kussum Kailash & Nilakshi Neog | New Assamese Song 2020

Alokhuwa (আলসুৱা) new 2020 romantic Assamese song by Kussum Kailash & Nilakshi Neog. The lyrics & tune of the song is given by Kussum Kailash and music by Trion Mahanta and Mix/Mastered by Diganta Bordoloi. 

Official video




Alokhuwa Lyrics

আলসুৱা তোমাৰ ভাৱনাতে
মিলিনো চাওঁ, দিয়ানা এবাৰলে
অ... মৰো মৰো তোমাৰ মৰমতে
অ' ডুবি ডুবি সপোন ভাগৰতে
যাযাবৰী মন আকাশৰ
তুমি তৰা বেলি জোন
তুমি ললেহে লোৱা খবৰ
আৰু মোৰ আছে নো কোন
কিনো কৰো তোমাৰ কাষৰতে
হাৰ মানে হেজাৰ অভিমানে

চোৱা কে নো চাই থাকো
তোমাক মনৰে মাজত আঁকি। (২)
কোৱা কে নো কৈ 
লাগে নো ভাল
তোমাৰে কথা ভাবি
হিয়া চুবুৰিলে মোৰ
কৰা অহা যোৱা অ' সোন
তুমি ললেহে লোৱা খবৰ
আৰু মোৰ আছে নো কোন
কিনো কৰো তোমাৰ কাষৰতে
হাৰ মানে হেজাৰ অভিমানে

0/Post a Comment/Comments