Aane Juwa Bate (Lyrics) By Zubeen Garg | Super Hit Assamese Song

Aane Juwa Bate (আনে যোৱা বাটে ) by Zubeen Garg is one of the super hit Assamese romantic songs from the album Borokhun. The lyrics of the song are written by Keshab Mahanta.  

aane-juwa-bate-lyrics-zubeen-garg




Aane Juwa Bate Lyrics

আনে যোৱা বাটে 
নোযোৱা ছোৱালী জনী
পোৱানে চিনী, পোৱানে চিনী। (২)

নৈৰ পাৰৰ এচতা শিলত বহি
পানীৰ কুভা চাই...
সোন বৰণীয়া 
চুলি তাৰি মেলি
তাই যানো কি পায়। (২)
বুকুত বিচাৰে কাণ পাতি তাই
সুৰৰ গুন গুননি
আনে যোৱা বাটে 
নোযোৱা ছোৱালী জনী
পোৱানে চিনী, পোৱানে চিনী। (২)

দিঙা বাই বাই নাওৰীয়া 
আহে যায়
তাইলৈ কেৰাহিকৈ চাই
তাইৰ কাষলৈ যাওকি নাযাওকৈ
নাওখন নিয়ে চপায়। (২)
পাৰলৈ কেনেকৈ উঠিব সিহঁত
নৈৰ দেও লগা পানী
আনে যোৱা বাটে 
নোযোৱা ছোৱালী জনী
পোৱানে চিনী, পোৱানে চিনী।।






Song Credits: 
Song: Aane Juwa Bate 
Album: Borokhun  
Singer:  Zubeen Garg 
Lyrics: Keshhab Mahanta 
Tune:  Zubeen Garg  
Label: N.K. Production

0/Post a Comment/Comments