Nasoni Oi Bohagi (Lyrics) - Zubeen Garg & Mayurakshi Mahanta | New Assamese Bihu Song 2021

Nasoni Oi Bohagi (নাচনী ঐ বহাগী) new Assamese Bihu song sung by Zubeen Garg and Mayurakshi Mahanta. The song Lyrics, Composition and Music gave by Biman Baruah. Here we presented the lyrics of the song "Nasoni Oi Bohagi".

Official video


Nasoni Oi Bohagi Lyrics

~ ~ ~ Male voice ~ ~ ~
নদীৰে শুৱণি ভৰা লুইতখনি
নাচনী ঐ বহাগী
নাচনী ঐ সুৱাগী
কি সাজেৰে তোমাক
ফুলেৰে তোমাক শুৱাব আজি
মৰম আছে হিয়া ভৰি
তোমাক পামে বুলি
নাচনী ঐ বহাগী
নাচনী ঐ সুৱাগী
জোনাকৰ জোনাক
মৰম দিম তোমাক বিহুতে দেখি
অ' কাষলৈ তুমি আহাঁ ওচৰ চাপি

~ ~ ~ Female voice ~ ~ ~

লুইতৰ শুৱনি মাজুলী চাপৰি
চেনাইটি ঐ লগৰী
চেনাইটি ঐ কলিজাটি
মনৰে হেপাহ
ফুলৰ সুবাসে লব মোক বেঢ়ি
বিহুতলিৰ শুৱনি পাহুৱাল ডেকাটি
চেনাইটি ঐ লগৰী
চেনাইটি ঐ কলিজাটি
বসন্তৰ বতাহ
যৌৱনৰ বতাহ জাগিছে আজি
নাছি নাছি মৰম দিছে বুকু ঢালি

~ ~ ~ Male voice ~ ~ ~

ঐ পাহাৰৰ শুৱনি নিজৰা জুৰিটি
নাচনী ঐ বহাগী
নাচনী ঐ সুৱাগী
কপৌফুল তোমাক
লাহতী খোপাত দিমে মই গুজি
দুখন হিয়া মিলি হব যে এখনি
নাচনী ঐ বহাগী
নাচনী ঐ সুৱাগী
মনৰে আশা
নেপেলাবা দেই দুৰলৈ ঠেলি
অ' যৌৱনৰ জুইয়ে নেমানে বুজনি

~ ~ ~ Female voice ~ ~ ~

বাঁহৰে আগলি পবালি পবালি
চেনাইটি ঐ লগৰী
চেনাইটি ঐ কলিজাটি
হৃদয়ৰ বেথা
পিৰিতীৰ এঠা লাগিছে আজি
তোমাক পালে দেহাটি
এৰিম ঘৰে বাৰি
চেনাইটি ঐ লগৰী
চেনাইটি ঐ কলিজাটি
মৰমে ভৰা দুখনি
হিয়া যাবযে মিলি
অ' আকাশৰ জোন
হ'ব আমাৰ সাক্ষী ।।

- - - - - - - - - - - - - - - - 


Song Credits:
Song: Nasoni Oi Bohagi (নাচনী ঐ বহাগী)
Singer: Zubeen Garg & Mayurakshi Mahanta 
Lyrics, Composition & Music: Biman Baruah 
Mix & Mastered by Jintu Bordoloi 

0/Post a Comment/Comments