Gahori Bepari (গাহৰী বেপাৰী) By Subhneel - Lyrics | New Assamese Video Song 2021

Gahori Bepari (গাহৰী বেপাৰী) new Assamese song by Subhneel. The song video cast by Arun Hazarika, Papori Bora, Kishor Das, Prity Kongkona, Subhneel and Puja Lahon. Here we presented the lyrics of the song "Gahori Bepari (গাহৰী বেপাৰী)".

Watch official video


Gahori Bepari Song Lyrics

ঐ জান আঠুৱা ছাই ঠেং মেলিবি
ঐ জান জোখতকৈ বেছি কথা নকবি। (২)
তোৰে মৰম পাবলৈ 
মই পাৰে হমে দিখৌ...
ঐ নগা দলংৰে মই জান
গাহৰী বেপাৰী,
গাহৰী বেপাৰী হম। (২)

ঐ লিটিল লিটিল দৰিকনা
কিমান জাকৈ মাৰিলো
এক ভি নিহি মিলা
ঐ লিটিল লিটিল মছকুইট
কাটিং মাৰি পৰি
বিকছ ঐ জান আঠুৱাখন চুটি হয়
এ জান ঐ নলুৱাই কটাদি
এ জান ঐ আনিমে আজৰি
এ জান ঐ নেচিনা জোকাৰি
এ জান ঐ খুজিমে গৈ
আনিমে গৈ তোক...
ঐ মইনা মোলৈ নিদিলে
ঐ জান তোকে যে
সচাঁয়ে ঐ জান
দেখুৱায় দিম, দেখুৱায় দিম বিহু।
তোৰে মৰম পাবলৈ 
মই পাৰে হমে দিখৌ...
ঐ নগা দলংৰে মই জান
গাহৰী বেপাৰী,
গাহৰী বেপাৰী হম। (২)

ঐ বালিঘাত নাজিৰা
বিচাৰি বিচাৰি
ঐ তোৰে মৰমতে হমে গৈ অঘৰি।
তোৰে মৰম পাবলৈ 
মই পাৰে হমে দিখৌ...
ঐ নগা দলংৰে মই জান
গাহৰী বেপাৰী,
গাহৰী বেপাৰী হম। (২)

-----------------


Song Credits:
Song: Gahori Bepari
Singer: Subhneel
Lyrics Tune: Raag Parag
Music Mix/Mastering: Bhaskar Neelom
Flute: Bishwajit Sonowal
Dhul: Abhijeet Dhuliya

0/Post a Comment/Comments