Silaa By Zubeen Garg | Lyrics | New Assamese Video Song 2020

Silaa (চিলা) is a new Assamese song by Zubeen Garg, this song is sing, composed, and produced by himself also written the lyrics. 



Silaa Lyrics

চিলা চিলা চিলা মই
তোৰ আকাশৰে
উৰি উৰি ফুৰো মই
গাওঁৰে পোহৰে
চিলা চিলা চিলা মই
তোৰ আকাশৰে
ঘুৰি ঘুৰি ফুৰো মই
মনৰ আশে-পাশে
চিলনীৰ জাক উৰে
ময়ো তাকে খেদি যাওঁ
সুতা কাটি গলেও
তোৰেই ঘৰ পাওঁ
চিলা চিলা চিলা মই
তোৰ আকাশৰে
উৰি উৰি ফুৰো মই
গাওঁৰে পোহৰে
চিলা চিলা চিলা মই
তোৰ আকাশৰে
উৰি উৰি ফুৰো মই
মনৰ আশে-পাশে

বৰষাৰে এই গুণ-গুণ
ৰুণুক-জুণুক সুমধুৰ
উৰিব নোৱাৰো বৰকাপোৰ
সদায় উৰিবলে মন যায়
আকাশ ভেদি ভেদি 
মুৰ চিগি হলেও ধৰিম
আচলতে তোৰ
চিলনীৰ জাক উৰে
ময়ো তাকে খেদি যাওঁ
সুতা কাটি গলেও
তোৰেই ঘৰ পাওঁ
চিলা চিলা চিলা মই
তোৰ আকাশৰে
উৰি উৰি ফুৰো মই
মনৰ আশে-পাশে

উখল্-মাখল্ মোৰ সপোন
হাতৰ পাকতে তোৰ
ঘুৰা ঘুৰা লেটাই ঘুৰা 
মই আকিম
এ... নাচোনৰে মই পগলা
নাচোনৰে পখিলা
তালে তালে তোৰ চন্দত
মই নাচিম
চিলা চিলা চিলা মই
তোৰ আকাশৰে
উৰি উৰি ফুৰো মই
গাওঁৰে পোহৰে ।।




------------------
Song Credits:

Song: Silaa (চিলা)
Album: Silaa (চিলা)
Singer/Composer/Lyrics: Zubeen Garg
Music Producer: Zubeen Garg
Music Arrangement: Bablu Sibabrata Sharma
Musicians: Shantanu Baruah (Stroke)
                   Pritam Bodo (Keys)
Mix & Mastering: Bhupesh Saikia
Music Label: Dhwani Records

0/Post a Comment/Comments