Sila Uruwabole - Bhaskar Jyoti (Lyrics) | Priyanku Bordoloi | Gunjan | Panchi | New Assamese Video Song 2020

Sila Uruwabole (চিলা উৰুৱাবলে) is a new Assamese song by Bhaskar Jyoti. The song lyrics/tune are written by Biswajit Sarma and Music, Mix and Mastered by Priyanku Bordoloi. This song officially released on Oct. 11, 2020, under the music label of Dhawni Music.



Sila Uruwabole Lyrics

চিলা উৰুৱাবলে, আকাশে মাতিছে
চোৱানা চোৱানা চোৱানা চোৱানা
দিঠকে সোপনে তোমাকে সামৰে
হোৱানা হোৱানা হোৱানা হোৱানা ।
তুমি আকাশৰে নিলিমা
এমুঠি পোহৰ দ্ৰাঘিমা । (২)
তুমি হেঁপাহৰ জোনাকি 
মন সোপিলো এই প্ৰাণ তোমাক
চিলা উৰুৱাবলে, আকাশে মাতিছে
চোৱানা চোৱানা চোৱানা চোৱানা ।

পল অনুপলে উৰি যায় সময়
মায়া সনা দুচকুতে বাঢ়ি যায় প্ৰণয়
এপাহি সুৰতে আজি ভালপোৱাৰ কামনা
উৰি যোৱা চিলাবোৰে তোমাকে উভতি চায় (২)
চিলা উৰুৱাবলে, আকাশে মাতিছে
চোৱানা চোৱানা চোৱানা চোৱানা ।

জোনাক সিচানা বুকুতে দিবানা
বোৱাই প্ৰেমৰে নৈ
মোৰ কলিজাৰ মৰম হোৱানা
সিৰে সিৰে বৈ নিলিমাই চুমিলেহি
সঁচা ভালপোৱাবোৰ
চিলা উৰুৱাবলে, আকাশে মাতিছে
চোৱানা চোৱানা চোৱানা চোৱানা ।।



---------------
Song Credits:

Song - Sila Uruwabole
Singer - Bhaskar Jyoti
Lyrics - Biswajit Sarma
Tune – Biswajit & Bhaskar J Das
Music, Mix & Mastered - Priyanku Bordoloi
Music Label - Dhawni Music

Thanks for visiting our Blog. For more, new and old songs lyrics [Hindi, Bengali, Bodo, Assamese] keep visiting dlyrics.in and if you like our work then please do share it on social platforms.

0/Post a Comment/Comments