Kinu Jaki Mari - Pallab Deka (Lyrics) | Mamoni Kalita | New Assamese Video Song 2020

Kinu Jaki Mari (কিনো জাকি মাৰি) is a new 2020 Assamese love story song by Pallab Deka. The song lyrics are written by Tanmoy Kalita and Music/mix mastering by Mamoni Kalita. This song officially released under the music label of Dhwani Music.


Kinu Jaki Mari Lyrics

কিনো জাকি মাৰি আহিলি ঐ
মেঘে পাতিলে দুলা
কিয়নো নমালি বৰষুণ জাক
আনিলি প্ৰেমৰে মেলা
অ' বতাহেও তোমাৰ কাণে কাণে
কলে আজি তোমাৰ কথা
লিখিব পাৰো মই সময়ৰ কবিতা
মনে মনে সোমালা
প্ৰাণে প্ৰাণে বোৱালা
কবহে মন ছাজনা তেৰে বিনা

তুমি আতৰি নাজাবা
মোৰ কাষতে থাকা
জীৱনৰ ছবিতে ৰং বুলাই দিয়া
এধানি আশা সিঁচি দিয়া
গোলপীয়া ওঁঠেৰে চুমি যোৱা
বতাহেও তোমাৰ কাণে কাণে
কলে আজি তোমাৰ কথা
লিখিব পাৰো মই সময়ৰ কবিতা
মনে মনে সোমালা
প্ৰাণে প্ৰাণে বোৱালা
ক'বহে মন ছাজনা তেৰে বিনা
মনে মনে সোমালা
প্ৰাণে প্ৰাণে বোৱালা
ক'বহে মন ছাজনা তেৰে বিনা ।।



----------------
Song Credits:

Song: Kinu Jaki Mari
Singer/Composer: Pallab Deka
Lyrics: Tanmoy Kalita
Music/mix mastering : Mamoni Kalita

Thanks for visiting our Blog. For more old and new song lyrics [Hindi, Bengali, Bodo, Assamese] keep visiting dlyrics.in and keep supporting us by sharing this on social platforms.

0/Post a Comment/Comments