Tumi Aahibaane (lyrics) | Hridayor Kareng | Zubeen Garg & Tarali Sarma

Tumi Aahibaane (তুমি আহিবানে) is a beautiful melodious love story song from the movie Tumi Aahibaane features by Ravi Sarma as Nibir and Barsha Rani Bishaya as Birina. This song is sung by Zubeen Garg and Tarali Sharma. Tumi Aahibaane song officially released with the music label of Box Music.

Official featured video




Lyrics: 

হৃদয়ৰ কাৰেঙলে গমকে নাপালো
কেনেকৈ আহিলা
হৃদয়ৰ কাৰেঙলে গমকে নাপালো
কেনেকৈ আহিলা
আদৰি ল'ম আকুল যতনে
মনৰ কথা ক'বলে
নাপালো বাট বিচাৰি
নাপালো বাট বিচাৰি

ৰৈ আছু ফুৰাবলে 
ভালপাওঁ চেনেহী
আকাশে ক'ব সূৰুযে ক'ব
জীৱন বাটৰ তুমি লগৰি
পথাৰে ক'ব নদীয়ে ক'ব 
জীৱন বাটৰ তুমি লগৰি
তুমি মোৰ লগৰি
জীৱনৰ সংগী

চকুলে চালে বুজি পাবা
মোৰ হিয়াৰ বাতৰি
হৃদয় কাৰেঙৰ মণি কোঠাত
তুমি মোৰ কুৱহি
পথাৰে ক'ব নদীয়ে ক'ব 
জীৱন বাটৰ তুমি লগৰি
তুমি মোৰ লগৰি
জীৱনৰ সংগী
হৃদয়ৰ কাৰেঙলে গমকে নাপালো
কেনেকৈ আহিলা
আদৰি ল'ম আকুল যতনে
মনৰ কথা ক'বলে
নাপালো বাট বিচাৰি
নাপালো বাট বিচাৰি
লা লা লা লা লা লা
ভালপাওঁ চেনেহী মোৰ ।।


-----------------
Song Credit:
Song: Tumi Aahibaane
Singer: Zubeen Garg & Tarali Sarma
Film: Tumi Aahibaane (Assamese Feature Film 2017)
Directed by- Prerana Barbarooah

👉 For more Hindi, Assamese & Bodo song lyrics please keep visiting www.dlyrics.in Thanks.

0/Post a Comment/Comments