O Seni Mai (lyrics) | Babu Baruah | Latest Assamese Song

O Seni Mai is a romantic video Assamese song by Babu Baruah. The song lyrics are written and composed by Chandan Kakati. Lead Casting in this video song by Vivek, Tapashri, and Yankee Simi. O Seni Mai song released with the music label of Times Music.

Official featured video



Lyrics:

অ' চেনীমাই
না না নে না নে
অ' চেনীমাই
না না নে না নে
অ' চেনীমাই
চেনীমাই দুগালত
ৰঙাকৈ দুগালতে
চুমা দি যাম
অ' চেনীমাই
চেনীমাই দুগালত
ৰঙাকৈ দুগালতে
চুমা দি যাম
না না নে না নে (২)
উৰণীয়া উৰে মন আকাশত
মোৰে দেখি দেখো তোক সপোনত
লিখাজনে লিখিছেনে কঁপালত
হবি যানো মোৰ এই জনমত
মৰমৰে মিঠা মিঠা কথা
কলিজাত আছে বহু আশা
বুকুতে বান্ধিলৈ
উৰণীয়া উৰে মন আকাশত
মোৰে দেখি দেখো তোক সপোনত
লিখাজনে লিখিছেনে কঁপালত
হবি যানো মোৰ এই জনমত
মৰমৰে মিঠা মিঠা কথা
কলিজাত আছে বহু আশা
বুকুতে বান্ধিলৈ

অ' চেনীমাই
চেনীমাই দুগালত
ৰঙাকৈ দুগালতে
চুমা দি যাম
অ' চেনীমাই
চেনীমাই দুগালত
ৰঙাকৈ দুগালতে
চুমা দি যাম
ভাল লাগে মোৰ
ভয লাগে মোৰ
যেতিয়া পাওঁ কাষৰত
কিনু বুজিবি মোৰে বহনা
ভাগৰুৱা তোৰে পলকত
ভাল লাগে মোৰ
ভয লাগে মোৰ
যেতিয়া পাওঁ কাষৰত
কিনু বুজিবি মোৰে বহনা
ভাগৰুৱা তোৰে পলকত
মৰমৰে মিঠা মিঠা কথা
কলিজাত আছে বহু আশা
বুকুতে বান্ধিলৈ
উৰণীয়া উৰে মন আকাশত
মোৰে দেখি দেখো তোক সপোনত
লিখাজনে লিখিছেনে কঁপালত
হবি যানো মোৰ এই জনমত

অ' চেনীমাই
চেনীমাই দুগালত
ৰঙাকৈ দুগালতে
চুমা দি যাম
মন যায় মোৰ
চুই চাম তোৰ 
কুমলীয়া ৰঙা কলিজা
কিদৰে বুজিম ভাবিছো
যানো মনে মনে মোৰে কথা
মন যায় মোৰ
চুই চাম তোৰ 
কুমলীয়া ৰঙা কলিজা
কিদৰে বুজিম ভাবিছো
যানো মনে মনে মোৰে কথা
মৰমৰে মিঠা মিঠা কথা
কলিজাত আছে বহু আশা
বুকুতে বান্ধিলৈ
উৰণীয়া উৰে মন আকাশত
মোৰে দেখি দেখো তোক সপোনত
লিখাজনে লিখিছেনে কঁপালত
হবি যানো মোৰ এই জনমত
মৰমৰে মিঠা মিঠা কথা
কলিজাত আছে বহু আশা
বুকুতে বান্ধিলৈ
উৰণীয়া উৰে মন আকাশত
মোৰে দেখি দেখো তোক সপোনত
লিখাজনে লিখিছেনে কঁপালত
হবি যানো মোৰ এই জনমত
অ' চেনীমাই
চেনীমাই দুগালত
ৰঙাকৈ দুগালতে
চুমা দি যাম (২) ।।



---------------
Song Credit:
Singer: Babu Baruah
Language: Assamese
Composer: Chandan Kakati
Lyricist: Chandan Kakati
Music Arrangement: Shekhar Jyoti Goswami
Cast: Vivek, Tapashri, Yankee Simi & Others
Video Director: Simple Gogoi
Cinematographer: Bitul Das
Producer: Babu Baruah

0/Post a Comment/Comments