Nila Nila Dusokut by Zubeen Garg | Vivek & Liza | New Romantic Assamese Song 2020

Nila Nila Dusokut new romantic Assamese song by singer Zubeen Garg. The song lyrics and music are given by Ajoy Phukan. Nila Nila Dusokut song officially released on Jun 2, 2020, with the music label of Times Music Assamese. Starring in this video song by Vivek Bora and Liza.

Official featured video



Lyrics:

নীলা নীলা দুচকুত
কাঁজল সানিলে
আই ঐ দেহি মৰম লাগে (২)
নীলা নীলা দুচকুত
কাঁজল সানিলে
আই ঐ দেহি মৰম লাগে
ভিজা ভিজা ওঁঠতে 
ৰঙা ৰঙা সানিলে
আই ঐ দেহি মৰম লাগে
বিজুলী চমকা চাওনিয়ে
হৃদয় কপোৱা হাঁহিটিয়ে
আই ঐ দেহি মোৰেনো মন ধৰি নিলে
নীলা নীলা দুচকুত
কাঁজল সানিলে
আই ঐ দেহি মৰম লাগে 
ভিজা ভিজা ওঁঠতে 
ৰঙা ৰঙা সানিলে
আই ঐ দেহি মৰম লাগে 

লাজুকী লাজুকী তোমাৰ হিয়া
পানচৈ ঘাতৰে তুমি কাঁজল লতা
লাহি লাহি লাহি তোমাৰে দেহা
গোলাপৰ পাহি দৰে ধুনিয়া
যেন সৰগৰ মেনকা
যেন তেজিৰঙা পখিলা
আই ঐ দেহি মৰম লাগে
নীলা নীলা দুচকুত
কাঁজল সানিলে
আই ঐ দেহি মৰম লাগে 
ভিজা ভিজা ওঁঠতে 
ৰঙা ৰঙা সানিলে
আই ঐ দেহি মৰম লাগে

তোমাৰ শৰীৰৰ ভাজে ভাজে
মৰম সাকোখন সাজিবলে
তোমাৰ কলিজাৰ তেজে তেজে
মৰমৰ ধৰ মোৰ বোৱাবলে
উতলা বুকুৰ দুকাযে 
ঢৌ খেলিছে অনুভৱে 
তোমাৰ আপোন হ'বলে
নীলা নীলা দুচকুত
কাঁজল সানিলে
আই ঐ দেহি মৰম লাগে ।।



-----------------
Song Credits:
Song: Nila Nila Dusokut
Singer: Zubeen Garg
Album: Path
Music, Lyrics, and Composition: Ajoy Phukan
Producer: Brindaban Theatre

👉 For more new and old Assamese song lyrics CLICK here.

0/Post a Comment/Comments