Mur Kolpona (মোৰ কল্পনা) | Bidisha Chaudhury | New Assamese Song 2020

Mur Kolpona new heart touching Assamese love story video song sung by Bidisha Chaudhury. This song lyrics and tune are given by Rikibul and music by Dipkesh Borgohain. Starring in this video song by Bidisha Chaudhury and Rahul Baruah. Mur Kolpona released on July 7, 2020, with the music label of Dhwani Records.



Lyrics:

আতৰি গ'লেও তুমি মোৰ
ৰ'দৰে ঠিকনা
তোমাকে ভাবিলে আজিও
মন হয় ঊনমনা 
তুমি মোৰ কল্পনাৰ
মৌন প্ৰাৰ্থনা 
তুমি মোৰ কল্পনাৰ
মৌন প্ৰাৰ্থনা 
আতৰি গ'লেও তুমি মোৰ
ৰ'দৰে ঠিকনা
তোমাকে ভাবিলে আজিও
মন হয় ঊনমনা 
তুমি মোৰ কল্পনাৰ
মৌন প্ৰাৰ্থনা 
তুমি মোৰ কল্পনাৰ
মৌন প্ৰাৰ্থনা 

কলিজা বনতে বহু ফাগুন
আছে হি ৰৈ উতলাই
গোপনে বৈ আছে 
মৰমৰ এখনি বৈ তোমালৈ
কলিজা বনতে বহু ফাগুন
আছে হি ৰৈ উতলাই
গোপনে বৈ আছে 
মৰমৰ এখনি বৈ তোমালৈ
অনুভৱ অনুৰাগে
তুমি মোৰ কল্পনাৰ
মৌন প্ৰাৰ্থনা 
তুমি মোৰ কল্পনাৰ
মৌন প্ৰাৰ্থনা 

হেঁপাহে বলোৱা মোৰ বুকুত 
আঁকি দিলা সেউজিয়া 
কুঁৱলী ফাকেৰে নামি অহা 
তুমি পুৱা এচেৰেঙা
হেঁপাহে বলোৱা মোৰ বুকুত 
আঁকি দিলা সেউজিয়া 
কুঁৱলী ফাকেৰে নামি অহা 
তুমি পুৱা এচেৰেঙা
শব্দৰে প্ৰতিদিনে
তুমি মোৰ কল্পনাৰ
মৌন প্ৰাৰ্থনা 
তুমি মোৰ কল্পনাৰ
মৌন প্ৰাৰ্থনা ।।



Official featured video

------------------
Songs Credits:
Song: Mur Kolpona
Singer: Bidisha Chaudhury
Lyrics/Tune: Rikibul
Music/Mix & Mastering: Dipkesh Borgohain
Guitar: Amitabh Baruah
Music label: Dhwani Records

👉 For more new and old Assamese song lyrics visit our Assamese label. 

2/Post a Comment/Comments

Post a Comment