Morom Barhe (lyrics) | Neel Akash & Subasana Dutta | Latest Assamese Song

Morom Barhe is a new beautiful romantic Assamese love story video song Neel Akash and Subasana Dutta. This song lyrics are written by Pallab Gogoi and Mix and Mastered by Dipkesh Borgohain. Casting in this video song by Dhruv Kashyap, Himakshi Kalita, Deepjyoti Bibhakar Gogoi, Trishna Deka. Morom Barhe song officially released with the music label of Dhwani Records. 

Official featured video



Lyrics:

মৰম বাঢ়ে গোপনে গোপনে 
হৃদয় মোৰ আবেগে আবেগে
মৰম বাঢ়ে গোপনে গোপনে 
হৃদয় মোৰ আবেগে আবেগে
কও কিদৰে মোৰ মনৰে কথা
ভাবিলে মোৰ মন আজি 
উৰি গুচি যায় 
মৰম বাঢ়ে সদায় তোমাকে পাবলৈ
জিলিকি আছা তুমি
মন আকাশি তৰা হৈ

হিয়া দৰে মোৰ বুকু ভাগে
তুমি আতৰি আতৰি থাকিলে
অ'... জীৱন বাটৰ প্ৰতিটো খোজতে 
বিচাৰো মোৰে কাষৰত তোকে
মোৰ প্ৰতি উশাহ তোমাৰ নামত
জুখিব নোৱাৰো প্ৰিতি তোমাৰে
মৰম বাঢ়ে সদায় তোমাকে পাবলৈ
জিলিকি আছা তুমি
মন আকাশি তৰা হৈ
অ' ... অ' ... অ' ... অ' ...
এচেৰেঙা ৰ'দে তোমাৰ জানা
সানে দেহতে সোণালী বৰণ
সপোন সপোন লগা বৰষা 
যেন মোৰ বুকুতে প্ৰতিটো ক্ষণ
দূৰ সিমানতে বৈ যাব খোজে 
দূৰণি মৰমে তোমাক সাবতি লৈ
মৰম বাঢ়ে সদায় তোমাকে পাবলৈ
জিলিকি আছা তুমি
মন আকাশি তৰা হৈ... ।।


----------------
Song Credit:
Song - Morom Barhe
Singer - Neel Akash & Subasana Dutta
Music & Tune - Dipkesh Borgohain
Lyrics - Pallab Gogoi
Flute - Anjan Medhi
Guitar - Kailash Sharma
Tabla & Percussion - Raja Baruah
Mix & Mastered by - Dipkesh Borgohain

👉 For more Hindi, Assamese & Bodo song lyrics keep visiting www.dlyrics.in Thanks.

0/Post a Comment/Comments