Morilong Morilog Lagi Jai (lyrics) | Zubeen Garg & Zublee Baruah | Super Hit Assamese Bihu Song

Morilong Morilong (মৰিলং মৰিলং) is an Assamese Bihu song by Zubeen Garg and Zublee Baruah. This song lyrics are written by Bipin Chaudang and music by Biman Baruah. Herein below, we presented the full lyrics of this beautiful Bihu song.

Morilong Morilog Lagi Jai (lyrics)



Lyrics:

মৰিলং মৰিলং লাগি যায়
চুইলং চুইলং লাগি যায়
মৰিলং মৰিলং লাগি যায়
ধৰিলং ধৰিলং লাগি যায়
মৰিলং মৰিলং লাগি যায়
চুইলং চুইলং লাগি যায়
ঐ ফুলে সোণাৰু হালধীয়া, হালধীয়া
চিঙিলং চিঙিলং লাগি যায়
ফুলা নাজিতৰা ধুনীয়া, মোহনীয়া
ধৰিলং ধৰিলং লাগি যায়
ফুলে সোণাৰু হালধীয়া, হালধীয়া
চিঙিলং চিঙিলং লাগি যায়
ফুলা নাজিতৰা ধুনীয়া, মোহনীয়া
ধৰিলং ধৰিলং লাগি যায়
বগাব নোৱাৰো ডালত নাজিতৰা
পৰিলং পৰিলং লাগি যায়
তুমি থকা বাপেৰৰ ঘৰত নাজিতৰা
আনিলং আনিলং লাগি যায়
তোমাক নেপাঙ নেপাঙ লাগিলে ভাবিলে
মৰিলং মৰিলং লাগি যায় (২)

ফুলে মালতী মোহনীয়া, মোহনীয়া
চিঙিলং চিঙিলং লাগি যায়
ফুলা সোণামুৱা ধুনীয়া মৰমলগা
ধৰিলং ধৰিলং লাগি যায়
ফুলে মালতী মোহনীয়া, মোহনীয়া
চিঙিলং চিঙিলং লাগি যায়
ফুলা সোণামুৱা ধুনীয়া মৰমলগা
ধৰিলং ধৰিলং লাগি যায়
উঠিব নোৱাৰো গছত সোণামুৱা
পৰিলং পৰিলং লাগি যায়
কিমান থাকিম পিতাইৰে ঘৰত
তলৈ যাঙ তলৈ যাঙ লাগি যায়
তোমাক নেপাঙ নেপাঙ লাগিলে ভাবিলে
মৰিলং মৰিলং লাগি যায় 
এ মৰিলং মৰিলং লাগি যায় (২)
এ ধৰিলং ধৰিলং লাগি যায়
চিঙিলং চিঙিলং লাগি যায়

ঐ পকা সমুধিৰা ধুনীয়া মোহনীয়া
পালে খাং পালে খাং লাগি যায়
তুমি মোৰ যৌৱনৰ যুৰীয়া নিয়মীয়া
চালে চাং চালে চাং লাগি যায়
পকা সমুধিৰা ধুনীয়া মোহনীয়া
পালে খাং পালে খাং লাগি যায়
তুমি মোৰ যৌৱনৰ যুৰীয়া নিয়মীয়া
চালে চাং চালে চাং লাগি যায়
এ থাকিব নোৱাৰো ঘৰত নাজিতৰা
তলৈ যাঙ তলৈ যাঙ লাগি যায়
তোমাক মনত পৰি থাকে নাজিতৰা
আনিলং আনিলং লাগি যায়
তোমাক নেপাঙ নেপাঙ লাগিলে ভাবিলে
মৰিলং মৰিলং লাগি যায়

বিলৰে মেটেকা ধুনীয়া মোহনীয়া
পালে খাং পালে খাং লাগি যায়
তুমি মোৰ যৌৱনৰ যুৰীয়া নিয়মীয়া
চালে চাং চালে চাং লাগি যায়
বিলৰে মেটেকা ধুনীয়া মোহনীয়া
পালে খাং পালে খাং লাগি যায়
তুমি মোৰ যৌৱনৰ যুৰীয়া নিয়মীয়া
চালে চাং চালে চাং লাগি যায়
সাঁতুৰিব নোৱাৰো দহত সোণামুৱা
ডুবিলং ডুবিলং লাগি যায়
সদায় পৰি থাকে মনত সোণামুৱা
খুলিকং খুলিকং লাগি যায়
তোমাক নেপাঙ নেপাঙ লাগিলে ভাবিলে
মৰিলং মৰিলং লাগি যায় (২)
এ মৰিলং মৰিলং লাগি যায় 
এ ধৰিলং ধৰিলং লাগি যায়
এ মৰিলং মৰিলং লাগি যায় 
এ ধৰিলং ধৰিলং লাগি যায়  ।।



--------------
Song Credit:
Song: Morilong Morilong
Singer: Zubeen Garg & Zublee Baruah
Album: Nahor (2016)
Lyrics: Bipin Chaudang
Music: Biman Baruah

0/Post a Comment/Comments