Junaki Junaki by Anubhav Dutta (Lyrics) | New Romantic Assamese song 2020

Junaki Junaki new romantic love Assamese song by Anubhav Dutta. The song composition by Trion Mahanta and mixed by Diganta Bordoloi. Junaki Junaki officially released on July 1 (2020) with the music label of Dhwani Records. Visit our Assamese label for more new and old Assamese songs lyrics.



Lyrics:

জোনাকী জোনাকী পোহৰৰ ধেমালী
তোমাৰেই চাওনি যেন পুৱতি ৰদালি
সপোনৰে দলিচাত প্ৰেমৰে সুৰভি
তেজে তেজে বিয়পিছে বুকুত অগনি
সৰগৰ পৰি তুুমি মোৰ বহু যুগৰে চিনাকি
মিঠা মিঠা সপোনত
তুমি আহি ৰলা হি
এমুঠি হাঁহি বিচাৰি আছো মই যে ৰই
অ'.... অ'.....অ'.....অ'.....
জোনাকী জোনাকী পোহৰৰ ধেমালী
তোমাৰেই চাওনি যেন পুৱতি ৰদালি
সপোনৰে দলিচাত প্ৰেমৰে সুৰভি
তেজে তেজে বিয়পিছে বুকুত অগনি

দুচকু তুলিচোৱা ....
শেৱালি হৈ তুমি সৰা ...
বুকুতে মোক সানি দিলা ...
নিলীমাৰে অযুত ভাষা
বাৰিষাৰে বৰষুণ হৈ আহি
দিয়া না তুমি মোক
প্ৰণয়ৰ আবেগতে তুমি মোক
অ' দুচকুৰ চাওনিৰে
বুকু পেলালা জুৰ
হিয়াৰে পাপৰিতে তুমি
মিঠা সুৰ
জোনাকী জোনাকী পোহৰৰ ধেমালী
তোমাৰেই চাওনি যেন পুৱতি ৰদালি
সপোনৰে দলিচাত প্ৰেমৰে সুৰভি
তেজে তেজে বিয়পিছে বুকুত অগনি
অ.... অ.....অ.....অ'..... ।।


Official featured video


----------------
Song Credits:
Song: Junaki Junaki
Singer: Anubhav Dutta
Composition/Guitars/Music Produced by Trion Mahanta
Flute: Anjan Medhi
Mix & Mastered by Diganta Bordoloi

0/Post a Comment/Comments