Aami Axom Dekhor Swali Lyrics - Pravin Pori

Here we present the beautiful melodious Assamese song Aami Axom Dekhor Sowali sung by Pravin Pori. Starring in this video song by Pallabi, Dhritishmita, Beauty, Sangita, Alishmita, and Barasha. Also, visit our Assamese label for more new and old Assamese songs lyrics.



Lyrics:

You are so sweet
You are so cute
You are looking beautiful

আমি জিনচ্ নিপিন্ধো .... (২)
আমি স্কাট নিপিন্ধো ....
আমি হাইল নিপিন্ধো....
আমি হাফপেন্ট নিপিন্ধো ....
পিন্ধি লম ভালেকৈ....
মুগা ৰিহা মেখেলা...
খোপাত লম কপৌ ফুল...
হাতত লম জেতুকা...
আমি অসম দেশৰ ছোৱালী এনেও ধুনীয়া (২)
আমি অসম দেশৰ ছোৱালী অসমীয়া
আমি নিবিচাৰো হ'বলৈ পশ্চিমীয়া (২)

( পিন্ধো বুলি ভাবি ল'লে
আমাৰো যে আছে বহু সাজ
পিন্ধিবলে হেৰা সখি
কিয় কৰো আমি বাৰু লাজ )  (২)
পিন্ধি লম ভালেকৈ....
মুগা ৰিহা মেখেলা...
খোপাত লম কপৌ ফুল...
হাতত লম জেতুকা...
আমি অসম দেশৰ ছোৱালী এনেও ধুনীয়া (২)
আমি অসম দেশৰ ছোৱালী অসমীয়া
আমি নিবিচাৰো হ'বলৈ পশ্চিমীয়া (২)

( লোকৰ ঘৰত যাব পাৰি
নাথাকিলে খাবলে নিজৰ
আমাৰ আছে আমি নাজাও
আমি চহকি বহু দিনৰ )  (২)
পিন্ধি লম ভালেকৈ....
মুগা ৰিহা মেখেলা...
খোপাত লম কপৌ ফুল...
হাতত লম জেতুকা...
আমি অসম দেশৰ ছোৱালী এনেও ধুনীয়া (২)
আমি অসম দেশৰ ছোৱালী অসমীয়া
আমি নিবিচাৰো হ'বলৈ পশ্চিমীয়া (২)
তুমি অসম দেশৰ ছোৱালী এনেও ধুনীয়া
তুমি নালাগে হ'বলে পশ্চিমীয়া ।।



Official featured video

---------------
Song Credit:
Song: Aami Axom Dekhor Swali
Singer: Pravin Pori
Lyrics: Rikibul
Music: Sekhar

0/Post a Comment/Comments