TIPSAKI (টিপচাকি) Lyrics - New Assamese Song by Ramen Danah

Lyrics for song TipSaki. Tip Saki is a new Assamese video song by Ramen Danah. The song lyrics and tune are given by Ramen Danah & Ridip Rankit and mixed by Digantta Bordoloi. Tipsaki (টিপচাকি) song is officially released on March 8, 2019. Enjoy the complete lyrics of the Tipsaki song below. Visit our AssameseSong label for more new and old Assamese song lyrics.

Official featured video



Tipsaki Song Lyrics

---Male--

টিপ টিপ টিপচাকি নজ্বলে
কে কে কেৰাচিন নহ'লে
ভাং খাব নোৱাৰি এহে জান ঐ
চি চি চিলিংটো নহ'লে
ল ল লগত থকা ছোৱালী
বি বি বিয়া পাতি ল'লে
দুদিনৰে পিছতে এ আটৈ
বুঢ়হি বুঢ়হি লাগে
অ হেৰ দানি নকৰিবি ভুল
ডিঙিতে নলগাবি দুল
অ আটৈ মনেচিতে নিমিলিলে জীৱনলে
লা লা লাগিযাব গণ্ডগোল
মনেমিলা নাপালে জীৱনলে
লা লা লাগিযাব গণ্ডগোল

---Male--

ফ ফ ফপোলা জামুকৰ
চ চ চনকা বাকলি
বৰপিঠা কি খাবি এ আটৈ
ডিঙিত ধৰে সোপামাৰি
ধু ধু ধুনিয়া ছোৱালী
দেখিলে প্ৰেমত নপৰিবি
দুদিনৰে পিছতে যাব গুচি
প প পকেত খালি কৰি
অ হেনো জানি নকৰিবি ভুল
অ ডিঙিতে নলগাবি দুল
অ আটৈ মনেচিতে নিমিলিলে জীৱনলে
লা লা লাগিযাব গণ্ডগোল
মনেচিতে নিমিলিলে জীৱনলে
লা লা লাগিযাব গণ্ডগোল

--Female--

চাউল চালিবলে চালনী
চতাল সাৰিবলে বাঢ়নী
লাগে চুলি মাৰি বব লে তাঁত
হে ছোৱালী বিচাৰি বিচাৰি
বয়সে মানিলে মেলানি
এ খাব গৈ লাগিব বৰলা ভাত

---Male--

ভু ভু ভুতিকুৰা চুচিবি
চ চ চতালৰে দুৱৰি
কাঠ খড়ি ফালিবি এ হে আটৈ
বা বা বাগি কুঁঠাৰ মাৰি
ছ ছ ছোৱালী আনিবি 
বি বি বিচাৰি বিচাৰি
গুৰু-গোঁসাই মানিব যিজনীয়ে
কামে কাজে নকৰে হেমাহি
অ তেতিয়া নহব যে ভুল
অন্তৰত নালাগে আমূল
এ জীৱনৰে বাগিচাত এ আটৈ
ফু ফু ফুলিব গোলাপ ফুল
জীৱনৰে বাগিচাত এ আটৈ
ফু ফু ফুলিব গোলাপ ফুল ।।


---------------
Song Credit:

Singer: Ramen Danah
Lyrics & Tune: Ramen Danah & Ridip Rankit
Singer: Ramen Danah
Music: Ujjwal Aarong
Mix & Mastered : Digantta Bordoloi

0/Post a Comment/Comments