Morom Priya | Zubeen Garg & Richa Sharma | Latest Assamese Song

Morom Priya is a beautiful romantic Assamese song sung by singer Zubeen Garg and Richa Sharma. This song is officially released on September 4, 2019, with the music label of Times Music Assamese. In this romantic Assamese video song is starring by Utpal Das and Richa Sharma. Here below we presented the lyrics of the song Morom Priya. Also, visit our AssameseSong label for more new and old Assamese song lyrics.


Morom Priya Song Lyrics

---Female--
সপোন বাটে বাটে
মৰমে কিনু আঁকিলে (II)
---Male--
হৃদয়ৰ ৰঙে তোমাতেই
আঁকিলে নানাৰূপে
মৰম প্ৰিয়া নামেৰে
জীৱনে সজালে তোমাকে
সপোন বাটে বাটে
মৰমে  তোমাক আঁকিলে
অ মৰম প্ৰিয়া

---Male--
সাগৰৰ বুকুত নীলা পানীৰে
আঁকিম ছবি তোমাৰে
জোনাকি ৰঙে পোহৰাম তোমাক
চাই ৰব আকাশেও
---Female--
তুমি থাকিলে কাষত তেনে আপোন পৰত
হৃদয়তে বৰশিব মৰম
তুমি নহলে কাষত তেনে আপোন পৰত
চকুপানীও হ'ব বৰষুণ
---Male--
সপোন বাটে বাটে
মৰমে কিনু আঁকিলে
অ' মৰম প্ৰিয়া (II)
মই মৰম প্ৰিয়া (II)

---Male--
হিমালয় শিখৰত বৰফৰ ৰঙে
লিখিম তোমাৰে নামকে
বিয়পি বিয়পি পাহাৰে পৰ্বতে
দৌৰিবাহি মোৰ বুকুতে
---Female--
জোনাকেও জোকাব তৰায়েও হাঁহিব
পৃথিৱীয়েও সানিব ৰহণ
---Male--
তেনে আপোন পৰত তুমি থাকিলে কাষত
হৃদয়ে সজাব তাজমহল
---Female--
সপোন বাটে বাটে
মৰমে কিনু আঁকিলে
মই মৰম প্ৰিয়া (II)
---Male--
অ মৰম প্ৰিয়া (II) ।।


Official featured video

---------------
Song Credit:
Song: Morom Priya
Singer: Zubeen Garg & Richa Sharma
Lyrics: Ajoy Phukan
Music label: Times Music Assamese 

0/Post a Comment/Comments