Axomi Moi Lyrics - Assamese Song by Ridipta Sharma

Axomi Moi an Assamese song by singer Ridita Sharma. The song lyrics/tune are given by Sunit Gogoi and music is given by Kukil Singha. Enjoy the lyrics below. Also, visit our AssameseSong label for more new and old Assamese song lyrics.

axomi-moi-lyrics-ridipta-sharma

Axomi Moi Lyrics

পুৱাৰ বেলিটিয়ে কপাল শুৱাই
সেউজ আচলখনে দেহা সজাই
নানা বৰণীয়া ফুলে বুটা-বচা
ৰিহাখনী মোৰে বুকুত মেৰাই
ৰূপহী ৰাঙলী গাভৰু মই
অসমী মোৰ পৰিচয় (২)

---music---

আই নাম ধিয়া নাম গুণ্গুণ্... গুণ্
ৰুণ-জুন সুৰৰে যেন বৰষুণ 
আই নাম ধিয়া নাম গুণ্গুণ্... গুণ্
ৰুণ-জুন সুৰৰে যেন বৰষুণ
চিফুংৰ সুৰতে মাদল মাততে নচা 
এচপৰা সোন ঐ সোন মই
অসমী মোৰ পৰিচয় (২)

---music---

বৰতশ্ৰমান কাল বিহুৰ পেপাঁ ঢোল
জাতি-জনজাতিৰ সমপ্ৰিতিৰ ঢল
বৰতশ্ৰমান কাল বিহুৰ পেপাঁ ঢোল
জাতি-জনজাতিৰ সমপ্ৰিতিৰ ঢল
গুমৰাংৰ তালতে আইনামৰ সুৰতে
নচা এচপৰা সোন ঐ সোন মই
অসমী মোৰ পৰিচয় (২)

---music---

পুৱাৰ বেলিটিয়ে কপাল শুৱাই
সেউজ আচলখনে দেহা সজাই
নানা বৰণীয়া ফুলে বুটা-বচা
ৰিহাখনী মোৰে বুকুত মেৰাই
ৰূপহী ৰাঙলী গাভৰু মই
অসমী মোৰ পৰিচয় (২) ।।

------------
Song Credit:

Song: Axomi moi
Singer: Ridipta Sharma
Lyrics/Tune: Kukil Gogoi

0/Post a Comment/Comments