MEKHELA Pindhi Lom Potapot | Ailita Kashyap | Akash Pritom | New Assamese Song 2020 Lyrics

Song: Mekhela Pindhi Lom
Singer: Ailita Kashyap
Lyrics/Tune: Parag Lahon & Jintu
Music/Mixed/Mastered: Akash_Pritom
Flute: Bitupan Konwar

Official video

Mekhela Pindhi Lom Potapot Lyrics

ভট ভটী মইনা ভট ভট
মেখেলা পিন্ধি লম পটাপট
এ মাৰ জানি লবি মতামত
চোতাল মাৰি দিমে ফটাফট

ভট ভটী মইনা ভট ভট
মেখেলা পিন্ধি লম পটাপট
এ মাৰ জানি লবি মতামত
চোতাল মাৰি দিমে ফটাফট

তোৰ মাৰে বাপেৰে 
তোৰ মাৰে বাপেৰে যিহকে কয়
কৰি দিমে মই
অ কৰি দিমে মই
মইনা তোক ভাল পাং ক
এ বিৰাট যোৰ ভাল পাং ক
তই কিজানি মোৰ নহ'লে
মই মৰি যাম ক
অ তই কিজানি মোৰ নহ'লে
মই মৰিয়েই যাম ক 

জাঁজী নৈ ভটিয়াই
কলিজাখন লুটিয়াই 
লিৰিকি বিদাৰি জোকাৰি
চালো যে মই
কলিজাৰে এচুকতে
মনে মনে বহি আছ তই
অ অ অ কলিজাৰে এচুকতে 
মনে মনে বহি আছ তই

মইনো তোক ভাল পাং ক
এ বিৰাট যোৰ ভাল পাং ক
মইনো তোক ভাল পাং ক
বিৰাট যোৰ ভাল পাং ক
তই কিজানি মোৰ নহ'লে
মই মৰি যাম ক
অ তই কিজানি মোৰ নহ'লে
মই মৰিয়েই যাম ক

পুৱাতে দেখিলো ঐ জান
যুৰীয়া শালিকী
অ ঈশ্বৰক খাটিছো ঐ জান
তোকে পামে বুলি
ঈশ্বৰক খাটিছো ঐ জান
তোকে পামে বুলি
তয়ে মোৰ বুকুৰে ধন
অ অ নকৰিবি অভিমানখন

মইনো তোক ভাল পাং ক
এ বিৰাট যোৰ ভাল পাং ক
মইনো তোক ভাল পাং ক
বিৰাট যোৰ ভাল পাং ক
তই কিজানি মোৰ নহ'লে
মই মৰি যাম ক
অ অ তই কিজানি মোৰ নহ'লে
মই মৰিয়েই যাম ক
অ অ তই কিজানি মোৰ নহ'লে
মই মৰিয়েই যাম ক

0/Post a Comment/Comments