Bandhan Gutor Loan Lyrics | By Rupam Das & Vitali Gogoi

Song Credit:

Song: Bandhan Gutor Loan
Singer: Rupam Das & Vitali Gogoi
Lyrics/Tune: Rupam Das & Dhunmoni Kalita
Music/Mixed/Mastered: Palash Gogoi

Official video



Bandhan Gutor Loan Lyrics


ঐ আজি কালি বাইদেউহতঁৰ
দামি মোবাইল ফোন
ঐ দামি মোবাইল ফোন
ঐ ভিনীদেউহঁতে মাৰি থাকে
বন্ধন গোটৰ লোন
হায় ঐ বন্ধন গোটৰ লোন
ঐ আজি কালি বাইদেউহতঁৰ
দামি মোবাইল ফোন
ঐ দামি মোবাইল ফোন
ভিনীদেউহঁতে মাৰি থাকে
বন্ধন গোটৰ লোন
হায় ঐ বন্ধন গোটৰ লোন

পাতিব মন যায় বিয়া
ভাবিলে লাগে কিবা
হৈ যাবনে কি
আকৈ ভিনীৰ নিচিনা
হৈ যাবনে কি
আকৈ ভিনীৰ নিচিনা

ঘৰে ঘৰে মিটিং বহে
নিধি গোটক লৈ
ঐ নিধি গোটক লৈ
ঐ মিটিং মৰাৰ চলেৰে যাওঁ
তকে চাবলৈ ঐ তকে চাবলৈ
হবলে মন যায় বিয়া
ভাবিলে লাগে কিবা
হৈ যাবনে কি আমাৰ বাইদেউৰ নিচিনা (২)

ঐ আয়ে নু মোক জনম দিলে
কচুগুটি খাই, ঐ কচুগুটি খাই
দেউতাই মোক নাম থলে
ধনুমণি বপাই হায় ঐ ধনুমণি বপাই
ঐ সৰুৰ পৰাই ডাঙৰ হলো
গালি-গালাচ খাই
ঐ গালি-গালাচ খাই
সেই কাৰণে আজিলৈকে শকত হোৱা নাই
জানো শকত হোৱা নাই

ঐ পাতিব মন যায় বিয়া
ভাবিলে লাগে কিবা
হৈ যাবনে কি
আকৈ ভিনীৰ নিচিনা
হৈ যাবনে কি
আকৈ ভিনীৰ নিচিনা

অ কুলি ঐ তলৈ মনত পৰে গধূলি ঐ (২)
ফুল গামোচা বৈ থৈচো
হায় ঐ কুলি ঐ
আহিবিচোন পদুলিলৈ দেখা দিবলৈ
ঐ যামে নো মই পদুলিলৈ তকে চাবলৈ (২)
আহিবিচোন পদুলিলৈ দেখা দিবলৈ
ঐ যামে নো মই পদুলিলৈ তকে চাবলৈ ।।

0/Post a Comment/Comments